Friday, May 17, 2024

কলা আৰু সংস্কৃতি

নগাঁও ঘাঁহি নিবাসী কন্ঠশিল্পী বিদ্যাধৰৰ নতুন গীত প্ৰেমৰ যাঠি শুভ উদ্বোধন ।

নিবিড় presents in association with বি মিউজিক অসম বিদ্যাধৰৰ নতুন গীত প্ৰেমৰ যাঠি যোৱা কালি তেতেলীসৰা উদীয়মান যুৱক তথা গীতিকাৰ অপুব কুমাৰ দাস বাসগৃহত শুভাৰম্ভ কৰা হয়, প্ৰায় ২৫...

বাৰাণসীৰ গংগা নদীত ৮:৩০ বজাৰ পিছত নাওঁ চলোৱা নিষিদ্ধ।

বিষয়াসকলে জনোৱা মতে, বাৰাণসীৰ গংগা নদীত নিশা ৮:৩০ বজাৰ পিছত নাওঁ চলোৱা নিষিদ্ধ। জল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিথিলেশ যাদৱে পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। জল আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে উল্লেখ কৰে যে মে’ আৰু জুন মাহত...

‘বিয়ণ্ড দ্য ফ্ৰেমছ’ কলাত্মক ক্ষমতাত বাস কৰিছিল।

বাস্তৱিক শিল্প আৰু বিষয়ভিত্তিক প্ৰতিকৃতিৰ দক্ষতাৰ বাবে পৰিচিত এজন প্ৰখ্যাত ৰূপক শিল্পী কমল দেৱনাথে তেওঁৰ ১৫ সংখ্যক একক প্ৰদৰ্শনীত তেওঁৰ নতুন সংকলন "বিয়ণ্ড দ্য ফ্ৰেমছ" উপস্থাপন কৰিব। নতুন দিল্লীৰ লোধি এষ্টেটৰ লোধি পথৰ ভিজুৱেল...

প্ৰানোচ্ছল হৈ পৰিছে অসম-অৰুনাচলৰ লিকাবালি গাই নৈ-ডিমৌ বনভোজস্থলী

বৰদিনৰ দিনটোত চিলাপথাৰৰ ডিমৌ নদীত বনভোজস্হলীত দেখা গ’ল বনভোজ যাত্ৰীৰ ব্যাপক সমাগম। বছৰৰ অন্তিমটো মাহটোত সকলোৱে নিজৰ আত্মীয় স্বজনৰ সৈতে একেলগে এসাঁজ খাই পুৰণিক...

ফুলৰ মেলাৰে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ! নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ

ফুলৰ মেলাৰে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। মেলাত অংশগ্ৰহণ কৰিব ৬০খনতকৈও অধিক ফুলৰ বিপণিয়ে। নাগালেণ্ড-মেঘালয়ৰ লোকেও এই ফুলৰ মেলাত...

নগাঁও জিলাৰ কেন্দুগুৰিত আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ৰমজান মাহৰ খানক্বাহৰ এতক্বাফ।

সূৰ্য্যৰ কিৰণ ৰ প্ৰতিনিধি : নগাঁও জিলা নদুৱাতুত্তামীৰৰ উদ্যোগত কেন্দুগুৰি আঞ্চলিক কমিটীৰ তত্বাৱধানত ২১,২২ আৰু ২৩ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই খানক্বাহ। উক্ত খানক্বাহত উত্তৰ পূব ভাৰতৰ...

হেপাহৰ ৰঙালী বিহু পদূলি মুখত ৰঙালী বিহুক আদৰিবলৈ সকলোৱে উখল মাখল লগাইছে ।

বৰহমথুৰি বিহু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত পলাশতল কাছমাৰী হাইস্কুলৰ খেলপথাৰত ১০ দিনীয়াকৈ ২৮ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা আজি সামৰণি পৰিলে । অসমীয়া থলুৱা সংস্কৃতি বিশ্ব...

নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱাত সম্প্ৰতি এক উখল-মাখল পৰিৱেশে

২৪ মাৰ্চৰ পৰা ফাল্গু পূৰ্ণিমা উৎসৱ অনুষ্ঠিত হ’ব। ফাকুৱা উপলক্ষে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱাত সম্প্ৰতি এক উখল-মাখল পৰিৱেশে...

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ঈদ-বিহু সন্মিলন

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ঈদ-বিহু সন্মিলনৰূপহীহাট, ১৯ এপ্ৰিলঃ বিগত বছৰৰ দৰে এইবাৰো জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত উদমাৰিস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰতীক্ষা নামৰ বে-চৰকাৰী...