Friday, May 17, 2024

ফুলৰ মেলাৰে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ! নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ

Share

ফুলৰ মেলাৰে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। মেলাত অংশগ্ৰহণ কৰিব ৬০খনতকৈও অধিক ফুলৰ বিপণিয়ে।

নাগালেণ্ড-মেঘালয়ৰ লোকেও এই ফুলৰ মেলাত কৰিব অংশগ্ৰহণ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত এই মেলাৰ আয়োজন।

Read more

Local News