Friday, May 17, 2024

ভাৰতীয় অলিম্পিক সংস্থালৈ ক্ৰীড়া মন্ত্ৰালয়ৰ পত্ৰ…

Share

ভাৰতীয় অলিম্পিক সংস্থালৈ ক্ৰীড়া মন্ত্ৰালয়ৰ পত্ৰ। WFIৰ পৰিচালনাৰ অস্থায়ী দায়িত্ব প্ৰদান অলিম্পিক সংস্থাক। অলিম্পিক সংস্থাক পৰিচালনাৰ বাবে অস্থায়ী কমিটী গঠনৰ নিৰ্দেশ।

অস্থায়ী কমিটীয়ে নিৰীক্ষণ কৰিব WFIৰ সকলো কাম-কাজ। দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে নিলম্বন কৰিছিল WFIৰ নৱনিৰ্বাচিত কমিটীক।

Read more

Local News