Friday, May 17, 2024

নগাওঁ বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা ।

Share

AS01GC 3623 নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত AS02 AL 0892 নম্বৰৰ মটৰ চাইকেলে আৰোহী।

দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে AS01GC 3623 নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰ খন।

মৃত্যু হোৱা যুৱক জন নগাঁৱৰ কাৱৈমাৰিৰ আবু ছাহেদ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

ৰাইজৰ তৎপৰতাত দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰেভেলাৰ খন জব্দ কৰিবলৈ সক্ষম হয় জাজৰি আৰক্ষীয়ে৷

নগাঁৱৰ পৰা তৈয়াবুৰ ৰহমান

Read more

Local News