Friday, May 17, 2024

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া…

Share

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া৷ ADITYA L1ৰ দ্বিতীয় Earth-bound maneuvre সম্পন্ন ৷ পৃথিৱীৰ পূৰ্বৰ কক্ষপথৰ পৰা আৰু অধিক দূৰলৈ প্ৰক্ষেপ ADITYA L1ক ৷

প্ৰক্ষেপণৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব ১০ ছেপ্টেম্বৰত৷ ১০ ছেপ্টেম্বৰৰ পুৱতিনিশা ২.৩০ বজাত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া৷

Read more

Local News