Friday, May 17, 2024

আই পি এল ২০২৪: আঘাতৰ  বাবে খেলপথাৰ এৰি থৈ যায় তাৰকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পেচাৰ মায়ংক যাদৱে।

Share

মঙ্গলবাৰে একনা ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা হৈছিল ৩.১ অভাৰতৰ ৩১ ৰান । আঘাতৰ বাবে খেলপথাৰ এৰি থৈ যায় তাৰকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পেচাৰ মায়ংক যাদৱে।

আঘাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

পেটৰ তলৰ অংশত ঘাঁ হোৱাৰ বাবে পাঁচখন মেচ খেলিব নোৱাৰিলে লক্ষ্ণৌ দলৰ হৈ উভতি আহে মায়ংক।

আমি অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছো।

Read more

Local News