Friday, May 17, 2024

সূৰ্যমুখী আদিত্য L1 অভিযানত অসমৰ বিজ্ঞানী ড০ ঐশ্বন্যা শৰ্মা…

Share

সূৰ্যমুখী আদিত্য L1 অভিযানত অসমৰ বিজ্ঞানী ড০ ঐশ্বন্যা শৰ্মা৷ ড০ ঐশ্বন্যা শৰ্মা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক৷

অনুসন্ধানকাৰী অধ্যাপক হিচাপে সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ কম্পনৰ বিষয়ে কৰিব অধ্যয়ন৷

Read more

Local News