Friday, May 17, 2024

নগাঁৱত এইবাৰ হাত দাঙিলে APDCL ৰ কৰ্মীয়ে ।

Share

নগাঁৱত এইবাৰ হাত দাঙিলে APDCL ৰ কৰ্মীয়ে ।

নগাঁৱত বৈদ্যুতিক মিটাৰ সংযোগৰ বাবে টকা উৎকুচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এইগৰাকী APDCL ৰ কৰ্মচাৰী নন্দ হাজৰিকা।

এজন ই-ৰিক্সা চালকৰ পৰা উৎকোচ বিচাৰিছিল এইগৰাকী ঘোচখোৰ নন্দ হাজৰিকাই।

নগাঁৱৰ পৰা প্ৰাঞ্জল নাথ

Read more

Local News