Friday, May 17, 2024

নগাঁৱৰ বিতৰ্কিত সংবাদ কৰ্মী আব্দুল জলিল আকন্দ আৰক্ষীৰ জালত।

Share

কচুৱাৰ ছহিদুল ইছলামৰ এজাহাৰৰ ভিত্তিত নিশা আটক সাংবাদিক জলিল আকন্দ ।

পেছাত এজন ঠিকাদাৰ ছহিদুলৰ পৰা ভয় ভাবুকি প্ৰদান কৰি ধন দাবী কৰাৰ অভিযোগ আব্দুল জলিল আকন্দৰ বিৰুদ্ধে।

Read more

Local News