Indian Navy open windsurfing Chempionship ত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে সৰুপথাৰৰ নগাজৰী গাৱৰ নিশামনি বৰাই।
গোৱাত ১ মে’ ৰ পৰা ৪ মে’ লৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা মহিলা শাখাত প্ৰথম ৰেংক পাবলৈ সক্ষম হয় পালতৰা খেলুৱৈ নিশামনি বৰাই।

Read more
বাতৰি পৰিৱেশন আৰু পৰ্যালোচনাৰ এক সুকীয়া ধাৰা সৃষ্টিৰ লক্ষৰে সূৰ্যৰ কিৰণ অসমীয়া সংবাদ মাধ্যমৰ জগতত এক নৱতম সংযোজন ৷
Company
© 2024 সূৰ্য্যৰ কিৰণ. All rights reserved. Designed by khwahish jain