Friday, May 17, 2024

আন্তৰ্জাতিক

ৰাজ্যিক ভ্ৰমণৰ বাবে বেইজিঙত উপস্থিত হৈছে পুটিন।

দুদিনীয়া ৰাজ্যিক ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে পুৱা বেইজিঙত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। চীনৰ সমকক্ষ ছি জিনপিঙৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে পুটিনে। তেওঁ এই ভ্ৰমণৰ সময়ত চীনৰ ঔদ্যোগিক চহৰ হাৰবিনলৈ যাত্ৰা কৰিব আৰু ৰাছিয়া-চীনৰ বাণিজ্য মেলাত অংশগ্ৰহণ কৰিব। মাত্ৰ এসপ্তাহৰ পূৰ্বে পঞ্চম কাৰ্যকাল আৰম্ভ হোৱাৰ পিছত পুটিনৰ প্ৰথমখন বিদেশ ভ্ৰমণ হ’ব চীনলৈ, য’ত তেওঁ একাধিক সহযোগিতা চুক্তি স্বাক্ষৰ কৰাৰ  লক্ষ্য লৈছে  বুলি ডিপিএ সংবাদ সংস্থাই প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক ষ্টপ হিচাপে বেইজিঙক নিৰ্বাচিত কৰাটোৱে প্ৰতীকী তাৎপৰ্য্য লাভ কৰিছে, কিয়নো ইয়াৰ দ্বাৰা ছিৰ তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ পিছত ৰাছিয়া ভ্ৰমণৰ  প্ৰথমটো।  এই দুয়োটা প্ৰভাৱশালী ৰাষ্ট্ৰৰ মাজত শক্তিশালী অৰ্থনৈতিক সংযোগ আছে। বিভিন্ন...

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে নতুনকৈ  বিকশিত কৌশলগত ক্ষেপণাস্ত্ৰ ব্যৱস্থা পৰিদৰ্শন কৰিছে।

বুধবাৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে নতুন কৌশলগত ক্ষেপণাস্ত্ৰ অস্ত্ৰ ব্যৱস্থা পৰিদৰ্শন কৰি অস্ত্ৰ উৎপাদনৰ পৰিকল্পনা অধিগ্ৰহণ...

জৰ্ডানে ইৰাকক তেওঁলোকৰ তেল যোগান চুক্তিৰ পৰিসৰ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে।

জৰ্ডানৰ শক্তি আৰু খনিজ সম্পদ মন্ত্ৰালয়ে ইৰাকৰ তেল মন্ত্ৰালয়লৈ তেল যোগান চুক্তি বৃদ্ধিৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে। এই চুক্তিৰ...

ব্ৰাজিলৰ আটাইতকৈ ভয়াৱহ বতৰ দুৰ্যোগৰ ফলত ১৪৩ জন লোকৰ মৃত্যু হৈছে।

অসামৰিক প্ৰতিৰক্ষা সংস্থাই প্ৰকাশ কৰা অনুসৰি ব্ৰাজিলৰ ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলত অভিলেখৰ আটাইতকৈ ভয়াৱহ চৰম বতৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩ জন হৈছেগৈ,...

খবৰ অনুসৰি ড্ৰন আক্ৰমণৰ ফলত ৰাছিয়াৰ তেল শোধনাগাৰত জুই লাগিছে।

দেওবাৰে ক্ৰেমলিনৰ নিযুক্তিপ্ৰাপ্ত এজন বিষয়াই কয় যে দক্ষিণ ৰাছিয়াৰ এটা তেল শোধনাগাৰত অগ্নিকাণ্ড সংঘটিত হৈছে ইউক্ৰেইনৰ পৰা ড্ৰ’ন আক্ৰমণৰ ফলত।টেলিগ্ৰামত গৱৰ্ণৰ আন্দ্ৰে বটচাৰভে কয়...

অগ্নিকাণ্ডৰ ফলত কানাডাৰ দুটা সম্প্ৰদায়ৰ বাবে জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা হয়।

কানাডাৰ পশ্চিম প্ৰদেশ আলবাৰ্টাত অনিয়ন্ত্ৰিত অগ্নিকাণ্ডৰ বাবে দুটা সম্প্ৰদায়ৰ বাবে খালী কৰাৰ সতৰ্কবাণী জাৰি কৰা হয়।ছিনহুয়া সংবাদ সংস্থাৰ মতে, বৰ্তমান ফৰ্ট মেকমাৰেৰ পৰা ২৫...

ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ নতুন চৰকাৰৰ গাঁথনিত অনুমোদন জনাইছে।

প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু ৯ জন উপ-প্ৰধানমন্ত্ৰীকে ধৰি ৰাছিয়াৰ নতুন চৰকাৰৰ গাঁথনিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অনুমোদন জনাইছে।ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰা মতে, পুটিনে...

ছেল্ফ ড্ৰাইভিং টেক কোম্পানী মোচনেলে আমেৰিকাত প্ৰায় ৫৫০ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি আমেৰিকাত অৱস্থিত স্বায়ত্তশাসিত বাহন প্ৰযুক্তি কোম্পানী মচানেলে প্ৰায় ৫৫০ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে, যিটো ইয়াৰ প্ৰায় ৪০...

১৭ ছেপ্টেম্বৰৰ পৰা ১৬ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হব শ্ৰীলংকাত ৰাষ্ট্ৰপতি নিৰ্বাচন।

শ্ৰীলংকাৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ঘোষণা কৰে যে ১৭ ছেপ্টেম্বৰৰ পৰা ১৬ অক্টোবৰৰ ভিতৰত ভিতৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।ডেইলী মিৰৰে প্ৰকাশ কৰা...

নিৰাপত্তাজনিত কাণ্ডৰ বাবে মিউনিখ বিমানবন্দৰৰ টাৰ্মিনেল সাময়িকভাৱে খালী কৰা হয়।

বুধবাৰে সন্ধিয়া নিৰাপত্তাজনিত কাণ্ডৰ বাবে দক্ষিণ জাৰ্মানীৰ মিউনিখ বিমানবন্দৰৰ টাৰ্মিনেল ১ সাময়িকভাৱে খালী কৰা হয়।প্ৰায় ৪:৩০ বজাত বিমানবন্দৰৰ ৰাজহুৱা স্থানৰ পৰা এজন লোকে নিৰাপত্তা...

পাকিস্তানত সংঘটিত বাছ দুৰ্ঘটনাত বাহনখন খাৱৈত পৰাৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২১ জন লোক আহত হয়।

শুকুৰবাৰে পাকিস্তানৰ দৈমাৰ জিলাত এখন যাত্ৰীবাহী বাছ খাৱৈত পৰি কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২১ জন লোক আহত হয়। ডনে জনোৱা মতে, পুৱা প্ৰায় ৫:৩০ বজাত বাছ চালকে চকাৰ নিয়ন্ত্ৰণ হেৰুৱাই এই...