Friday, May 17, 2024

সাধাৰণ বিষয়

কিশোৰসকলৰ দ্বাৰা বৰ্ধিত জাংক ফুড ব্যৱহাৰৰ সৈতে সম্পৰ্কিত ষ্ট্ৰীমিং এপ বিজ্ঞাপন।

লাইভ-ষ্ট্ৰীমিং গেমিং প্লেটফৰ্মৰ যুৱ ব্যৱহাৰকাৰীসকলে লগ ইন কৰাৰ সময়ত অত্যধিক প্ৰচাৰমূলক বিষয়বস্তুৰ সন্মুখীন হোৱাৰ পিছত অধিক অস্বাস্থ্যকৰ লঘু আহাৰ খোৱা দেখা যায়। ইউৰোপীয় মেদবহুলতা কংগ্ৰেছত ভেনিচত উপস্থাপন কৰা সমীক্ষাভিত্তিক গৱেষণাৰ মতে, টুইচ (VGLSP)ৰ দৰে ভিডিঅ’ গেম লাইভ ষ্ট্ৰীমিং প্লেটফৰ্মত খাদ্য আৰু পানীয়ৰ বিজ্ঞাপন আৰু...

স্তব্ধ হৈ ৰল এটি সাহসী কণ্ঠ;পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান।

যোৱা দুটা দশক ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে যুজ দি অহা মহিয়হী নাৰী বিৰুবালা ৰাভাই অৱশেষত GMCHত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন...

বিশুদ্ধ খোৱাপানীৰ যোগান।

বিশুদ্ধ খোৱাপানী জনসাধাৰণক যোগান ধৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰবৰ্তন কৰা "জল জীৱন মিছন" শীৰ্ষক অভিলাষী আঁচনিৰ অধীনত জিলাখনৰ উত্তৰ বৰঘাট অঞ্চলৰ...

শেষতীয়া সংকল্পৰে বিজয়ৰ দিশে আগবাঢ়িছে সোণাই একাডেমী।

উত্তৰ-পশ্চিম নগাঁৱৰ আগশাৰীৰ বিজ্ঞান প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত সোণাই একাডেমীয়ে শেষতীয়া সংকল্পৰে সফলতাৰ পথ প্ৰশস্ত কৰি তুলিছে। আকৌ এবাৰ শিক্ষানুষ্ঠানখনে নিজৰ উৎকৃষ্টতা প্ৰতিপন্ন কৰি উচ্চতৰ...

উচচতম ন্যায়ালয়ৰ মতে, পেছাদাৰী গাফিলতিৰ বাবে উপভোক্তা সুৰক্ষা আইনৰ অধীনত অধিবক্তাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু নহয়।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে অপৰ্যাপ্ত সেৱাৰ বাবে উপভোক্তা সুৰক্ষা আইনৰ অধীনত অধিবক্তাক জবাবদিহি কৰিব নোৱাৰি। ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ প্ৰধান লক্ষ্য হৈছে গ্ৰাহকক অন্যায় আৰু অনৈতিক ব্যৱসায়িক পদ্ধতিৰ পৰা ৰক্ষা কৰা, এই কথাত গুৰুত্ব আৰোপ কৰি যে পেছা বা পেছাদাৰীসকলক বিধায়িনী দলে আইনখনত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য নাছিল। “আমি ‘পেছা’ক ‘ব্যৱসায়’ আৰু ‘ব্যৱসায়’ৰ পৰা পৃথক কৰিলোঁ।আমি কৈছিলো যে...

দৈনিক অসম কাকতৰ উদ্যোগত নাগাঁৱত নাগৰিক সভা সম্পন্ন।

অসমৰ জনপ্ৰিয় বাতৰিকাকত “দৈনিক অসম” কাকতৰ উদ্য়োগত আজি নগাৱত এখনি নাগৰিক সভাৰ আয়োজন কৰা হয়। সভাখন নগাঁও ছোৱালী মহাবিদ্য়ালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। উক্ত...

জুৰীয়াত একাংশ উদণ্ড যুৱক যুৱতীৰ সত্ৰক অৱমাননা ।

অশ্লীলতাৰ সীমা চেৰাল যুৱক-যুৱতীয়ে । এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত । সত্ৰক অৱমাননা কৰি সত্ৰৰ মাটিতে আয়োজন কৰিলে অশ্লীল নৃত্য় গীতৰ মেলা...

ধেমাজিত  কাঠফুলা খাই আঠজন আৰক্ষী কৰ্মী অসুস্থ হৈ পৰে।

বিষয়াসকলে জনোৱা মতে, দেওবাৰে ধেমাজি জিলাত বনৰীয়া কাঠফুলা খোৱাৰ পিছত অসম আৰক্ষীৰ কমেও ৮ জন লোক অসুস্থ হৈ বমি আৰু ডায়েৰিয়াৰ সন্মুখীন হয়।‘অসম আৰু...

আৰক্ষী অধীক্ষকৰ উপস্থিতিত উদমাৰিত চুৰি, ড্ৰাগছ বন্ধ কৰাৰ প্ৰতিবাদত সজাগতা সভা।

উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত পুৱা ১০ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উপস্থিতিত ফজলুল হক মৰল চাহাবৰ সভাপতিত্বত চুৰি, ড্ৰাগছ আদিৰ দৰে...

নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতত ৭২৯ টা গোচৰৰ নিষ্পত্তি।

উল্লেখ্য যে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ব্যৱস্থাপনাতআজিআয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয়, দুৰ্ঘটনা, চেক বাউঞ্চৰ আদিৰ বিভিন্ন বিষয়ত ৮৫৭৪ টা...

ৰূপহীহাটৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত বিধায়ক নুৰুল হুদাৰ ব্যৱস্থাপনাত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন ।

নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৬ গৰাকী শিক্ষাৰ্থীৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে...