Friday, May 17, 2024

অসম

জুৰীয়াত পৰকীয়া প্ৰেমৰ আজৱ ঘটনা।

জুৰীয়াত পৰকীয়া প্ৰেমৰ আজৱ ঘটনা; আকৌ এবাৰ চৰ্চাত বিধৱাৰ প্ৰেম । এইবাৰ সুতিৰপাৰত দুই সন্তানৰ পিতৃয়ে পলুৱাই নিলে এজনী বৃদ্ধ বয়সৰ বিধৱা মহিলাক। নগাঁৱৰ জুৰীয়া থানাৰ অন্তৰ্গত সুতিৰপাৰত সংঘটিত হৈছে...

জুৰীয়াত টমটম চালকৰ জঘন্য কাণ্ড।

জুৰীয়াৰ দগাঁৱত টমটম চালকে সংঘটিত কৰে জন সমাজক লজ্জানত কৰা জঘন্য কাণ্ড। টমটম চালকজন দগাঁও ধিংগাঁৱৰ মাইনুল ইছলামৰ পুত্ৰ আজাহাৰ মামুদ বুলি চিনাক্ত কৰা...

নগাঁওত সন্দেহযুক্ত এজন মানুহৰ লগত হেৰোইনৰে ভৰা প্লাষ্টিকৰ বেগ 16 টা উদ্ধাৰ কৰে যাৰ ওজন ৩.০২ গ্ৰাম৷

এছ আই(SI) মিতু দাসৰ নেতৃত্বত মৰিকোলঙৰ নগাঁও আৰক্ষীৰ এটা দলে সন্দেহযুক্ত এজন মানুহৰ লগত হেৰোইনৰে ভৰা প্লাষ্টিকৰ বেগ 16 টা উদ্ধাৰ কৰে যাৰ ওজন...

ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা।

গুৱাহাটী, ১৩ মে: কেন্দ্ৰীয় লোকসেৱা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচৰা শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰৰ...

অসমত ২ কোটি টকাৰ জাল মুদ্ৰা জব্দ কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি।

দেওবাৰে এগৰাকী বিষয়াই জনোৱা মতে, অসমৰ ধুবুৰী জিলাত অভিযান চলাই প্ৰায় দুই কোটি টকাৰ জাল নোট জব্দ কৰা হৈছে।আৰক্ষীয়ে জনোৱা মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত...

৫ বছৰ ধৰি গুৱাহাটীত চোৰ-ডকাইতত লিপ্ত থকা আৰু চোৰৰ দলৰ পৰা সোন-হীৰা ক্ৰয় কৰা দলক আৰক্ষীৰ গ্ৰেপ্তাৰ৷

৫ বছৰ ধৰি গুৱাহাটীত চোৰ-ডকাইতত লিপ্ত থকা আৰু চোৰৰ দলৰ পৰা সোন-হীৰা ক্ৰয় কৰা দলক আৰক্ষীৰ গ্ৰেপ্তাৰ৷ আৰক্ষীয়ে মুকালমুৱা, হাজো আৰু বৰপেটাৰ পৰা গ্ৰেপ্তাৰ...

আৰক্ষী অধীক্ষকৰ উপস্থিতিত উদমাৰিত চুৰি, ড্ৰাগছ বন্ধ কৰাৰ প্ৰতিবাদত সজাগতা সভা।

উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত পুৱা ১০ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উপস্থিতিত ফজলুল হক মৰল চাহাবৰ সভাপতিত্বত চুৰি, ড্ৰাগছ আদিৰ দৰে...

জুৰীয়াৰ দগাঁৱত ডকাইতি কাণ্ড।

চোকা অস্ত্ৰ আৰু পিষ্টল দেখুৱাই ডকাইতৰ দলে লুটি নিলে ৪ লাখ ৬০ হেজাৰ টকা। জঘন্য ডকাইতি কাণ্ডটো ঘেৰনী তিনিআলিত যোৱা নিশা সংগঠিত হয়। দগাঁৱত চলি থকা...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াই হত্যা কৰিলে সন্দেহযুক্ত গঁড় চিকাৰীক।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত বনৰক্ষীয়ে গুলীয়াই হত্যা কৰে সন্দেহযুক্ত গঁড় চিকাৰীক।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে সাংবাদিকক অৱগত কৰে যে চোৰাং...

নগাঁৱৰ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত।

নগাঁৱৰ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে চিকিৎসালয়খনৰ অ এছ টি চেণ্টাৰৰ পৰা প্ৰায় ৫৯৯৯ টকাৰ ঔষধ সামগ্ৰী চুৰি হোৱাৰ...

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০% উৰ্ত্তীণেৰে উজলি উঠিল জুৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অৰ্থাৎ জুৰীয়া জুনিয়ৰ কলেজ।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০% উৰ্ত্তীণেৰে উজলি উঠিল জুৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অৰ্থাৎ জুৰীয়া জুনিয়ৰ কলেজ। উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ লগে লগেই জুৰীয়াৰ আগশাৰীৰ ব্যক্তিগতখণ্ডৰ...