দক্ষিণ কোৰিয়াৰ বিশিষ্ট গ্ৰাহক ইলেক্ট্ৰনিকছ নিৰ্মাতা কোম্পানী এল জি ইলেক্ট্ৰনিক্সে দেওবাৰে ঘোষণা কৰে যে কোম্পানী আৰু ইয়াৰ সংযুক্ত কোম্পানীসমূহৰ ভিতৰত মানৱ অধিকাৰ উলংঘা ৰোধৰ বাবে মানৱ অধিকাৰ নীতি ৰূপায়ণ কৰিছে। যোনহাপ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ গাইডিং প্ৰিন্সিপলছ (UNGP) অনুসৰি এই নীতি বৃদ্ধি কৰা হৈছে।
মানৱ অধিকাৰৰ নীতিসমূহে কৰ্মক্ষেত্ৰত বৈষম্য, হাৰাশাস্তি, বলপূৰ্বক শ্ৰম, আৰু শিশু শ্ৰমিক নিষিদ্ধ কৰে আৰু লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক ব্যৱহাৰৰ লগতে কৰ্মৰ সময়, মজুৰি আৰু কল্যাণমূলক সুবিধাৰ উলংঘাকো নিয়ন্ত্ৰণ কৰে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।