Thursday, November 21, 2024

লাওখোৱা অভয়াৰণ্য বন বিভাগৰ গুলিত দুই ভাতৃনিহত হোৱা সন্দৰ্ভত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া।

Share

নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত মাছ মাৰিবলৈ যোৱা দুই ভাতৃক বন ৰক্ষীয়ে গুলিয়াই হত্যা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মাছ মাৰোতাক গুলিয়াই হত্যা কৰাটো ফৰেষ্ট আইনত নাই, এক মাত্ৰ মুছলমান হোৱাৰ কাৰনে দুই ভাতৃক শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰিছে, ।
বন ৰক্ষীৰ গুলিত নিহত দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতি পূৰণ দিয়াৰ দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে ।

Read more

Local News