বুদ্ধম মাৰ্চেল আৰ্ট প্ৰতিযোগিতাত চাৰিটাকৈ পদক অৰ্জন কঢ়িয়াই আনিলে শালপাৰা বনগাঁৱৰ চাৰি গৰাকীকৈ খেলুৱৈ।
উত্তৰ প্ৰদেশত অনুষ্ঠিত কৰা সৰ্ব ভাৰতীয় বুদ্ধম মাৰ্চেল আৰ্ট প্ৰতিযোগিতা ৰূপহীহাটৰ শালপাৰা বনগাঁৱৰ চাৰি গৰাকীয়ে খেলুৱৈ দুটা গল্ডেন পদক এটা ছিলবাৰ আৰু এটা ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
অতিকৈ পিছ পৰা অঞ্চলত পৰ্য্যাপ্ত পৰিমানৰ সা সুবিধা নথকা স্বত্তেও দীপাংকৰ চৰকাৰ নামৰ যুৱকজনে মাত্ৰ ডেৰ বছৰ প্ৰশিক্ষণ দিয়ে আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা সফলতা লাভ কৰাত উৎফুল্লিত হৈ পৰে বনগাঁৱত অঞ্চল ।গৌৰম্ভিত হোৱা অঞ্চলবাসী চৰকাৰ ফালৰ পৰা অলপ সহায় পালে এই সকল শিশু খেলুৱৈয়ে আগন্ত দিনত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি পাৰিব বুলি আশা অভিভাৱক আৰু গাঁওবাসীৰ।