সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1। প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।
লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন। ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1।

Read more
বাতৰি পৰিৱেশন আৰু পৰ্যালোচনাৰ এক সুকীয়া ধাৰা সৃষ্টিৰ লক্ষৰে সূৰ্যৰ কিৰণ অসমীয়া সংবাদ মাধ্যমৰ জগতত এক নৱতম সংযোজন ৷
Company
© 2024 সূৰ্য্যৰ কিৰণ. All rights reserved. Designed by khwahish jain