নগাঁও চহৰৰ হলধৰ ভূঞা পথস্থিত শ্ৰী পঞ্চমুখী হনুমান মন্দিৰ (নেহৰুবালিৰ সমীপৰ) ভাগৰ নৱনিৰ্মিত ভৱন উদ্ধোধন সমাৰোহৰ কাৰ্যসূচী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । সকলোৰে মঙ্গল কামনাৰে প্ৰভু হনুমানজীৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আশীষ গ্ৰহণ কৰে। সুন্দৰকৈ নিৰ্মাণ কৰা শ্ৰী পঞ্চমুখী হনুমান মন্দিৰৰ নৱনিৰ্মিত ভৱনটিয়ে মন্দিৰ ভাগ আৰু অধিক আটকধুনীয়া কৰি তোলে।
শ্ৰী পঞ্চমুখী হনুমান মন্দিৰৰ (নেহৰুবালিৰ সমীপৰ) নৱনিৰ্মিত ভৱনটিয়ে মন্দিৰ ভাগ আৰু অধিক সুন্দৰকৈ সজাই তোলা হৈছে।
Share
Read more