অসম চৰকাৰৰ মাননীয় বিত্তমন্ত্রী অজন্তা নেওগ ডাঙৰীয়াণী আজি নগাঁৱত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ লগতে কেইবাটাও বিভাগৰ সৈতে এক পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াণীৰ সৈতে উক্ত পৰ্যালোচনা সভাখনত অংশগ্ৰহণ কৰো। পৰ্যালোচনা সভাখনত সৰ্তীথ বিধায়ক শশীকান্ত দাস ডাঙৰীয়া, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে অতিৰিক্ত আয়ুক্ত সকল , বিভিন্ন বিভাগৰ বিষয় -ববীয়া সকল উপস্থিত থাকে।