গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১গৰাকী চিকিৎসকৰ পদত্যাগ। পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো । অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে। GMCH আৰু AMCHৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ। ধুবুৰীৰ পেথলজী, GMCHৰ ৰেডিঅ’লজী আৰু AMCHৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ।