চন্দ্ৰৰ পিছত এইবাৰ ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1 । দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে যাত্ৰা কৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে ।
আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই যানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।