ঈদৰ আগদিনা জুৰীয়া বজাৰৰ দৃশ্য চাওঁক। বজাৰৰ পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰিছে নলা। কিন্তু এয়া কেৱল কাগজে কলমে। বাস্তৱ দৃশ্য এয়া।
👉🏾জুৰীয়া অৰ্ধ-সাপ্তাহিক বজাৰত আঠু পানী।
👉🏾পানীৰ তলত বজাৰত বিক্ৰী কৰিবলৈ অনা সা-সামগ্ৰী ।
👉🏾মহা বিপদত ক্ৰেতা বিক্ৰেতা বৰষুণৰ পানীত ডুব গল দোকানৰ সা-সামগ্ৰী।
👉🏾নলা বনোৱাৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ।
👉🏾 কাগজে কলমে নলা বনোৱা হৈ গল কিন্তু বাস্তৱত পানী যোৱা নলা বনোৱা হোৱা নাই।
👉🏾বজাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ ব্যৱসায়ী সন্থাৰ।