ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা ষষ্ঠ বাৰ্ষিক অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়।
খেলখনত ওৰাং জেনিথ ক্লাৱে বেচিমাৰী ডায়মণ্ডৰ বিৰুদ্ধে ৬ উইকেটত সহজে জয়ী হৈ প্ৰতিযোগিতাখনিৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।