Friday, November 22, 2024

লাওখোৱা অভয়াৰণ্যত পুনৰ উচ্ছেদ অভিযান।

Share

লাওখোৱা অভয়াৰণ্যত পুনৰ উচ্ছেদ অভিযান। বৃহৎ বন বিভাগৰ দল এটাই পুৱাই 20 খন জে চি বি লৈ সুতিৰপাৰত উপস্থিত। ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া। নগাঁও জিলা উপায়ুক্তক বন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল স্থানীয় ৰাইজৰ। লাওখোৱা বন বিভাগে সীমা নিৰ্ধাৰণ কৰি পিছত খাল বনোৱাৰ আহ্বান স্থানীয় ৰাইজৰ । জুৰীয়াৰ সুতিৰপাৰত লাওখোৱা সুতিৰ লগত নতুনকৈ খাল খান্দি
ব্ৰহ্মপুত্ৰৰ নদীৰ লগত
সংযোজনৰ কৰাৰ চেষ্টা বন বিভাগৰ। ৰূপহী চক্ৰ বিষয়া কাৰ্য্যালয় আৰু বন বিভাগে যুটীয়া ভাৱে চৰজমিন জোখ মাপ কৰি সীমা নিৰ্ধাৰণ কৰাৰ আহ্বান ৰাইজৰ । ৰাইজৰ অভিযোগ
বানপানীৰ সময়ত জলমগ্ন হৈ প্ৰবল সোঁত বয় আৰু
খাল খান্দিলে গৰাখহনীয়াৰ সৃষ্টি কৰি ঘৰ-দুৱাৰ গৰা খহনীয়াৰ কবলত পৰাৰ আকাংক্ষা ৰাইজৰ ।

Read more

Local News