👉🏽জুৰীয়াত বিদুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ মহাঅভিযোগ
👉🏽বিদুৎ বিভাগক ডকাইত আখ্যা নেমছুৰ।
👉🏽হিমন্ত চৰকাৰে সংখ্যালঘু ৰাইজৰ ঘৰত চৰকাৰী ডকাইত এৰি দিয়াৰ অভিযোগ।
👉🏽 বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডই পানীত হাঁহনচৰা অবস্থাত সাধাৰণ জনতা ।
👉🏽স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে বিদুৎৰ বিল আহিছিল ৩০০/৪০০ টকা স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদুৎৰ বিল আহি আছে ৩০০০/৪০০০ হাজাৰ টকা।
👉🏽একাংশৰ অভিযোগ ঘৰত লাইটৰ ছুইছ অফ কৰি তিনিদিনৰ বাবে আলহি খাবলৈ যোৱাৰ পিছতো সমানে আহিছে বিদুৎৰ বিল। 👉🏽লাইট ফেন ব্যৱহাৰৰ নকৰিও বৰিব লগা হৈছে বিল।
☝🏼বিভাগক বাৰং বাৰ অভিযোগ কৰিও কোনো সু-ফল লাভ কৰানাই ৰাইজে ।
👉🏽বিদ্যুৎ বিভাগ নহয় যেন চৰকাৰৰ পোহনীয়া ডকাইত ৰাইজৰ তেজ শোষণত নামিছে বিদুৎ বিভাগ।
👉🏽নেমছুৰ হুংকাৰ অতি শীঘ্ৰে বিদুৎ বিভাগে বিদুৎৰ বিলৰ খেলিমেলি ঠিক নকৰিলে বিদুৎ বিভাগৰ বিৰুদ্ধে কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত জুৰীয়াত বৃহৎ আন্দোলনৰ কৰাৰ হুংকাৰ।
ফজলুল হক জুৰীয়া