Saturday, November 23, 2024

ছাত্ৰ সমাজৰ কল্যাণ আৰু শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ হকে অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে।

Share

আজি সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে বোকাখাতত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ।

Read more

Local News